Amit Shah ( @AmitShah ) Twitter Profile

AmitShah

Amit Shah

Union Home Minister, Government of India | MP, Gandhinagar Lok Sabha. https://t.co/wnVMGkGMyT

Joined on 22 May, 2013

http://www.amitshah.co.in

  • 5k Tweets
  • 24.4m Followers
  • 297 Following

‘गणतंत्र दिवस’ भारत की बहुरंगी विविधता और समृद्ध सांस्‍कृतिक विरासत का प्रतीक है।

मैं उन सभी महान विभूतियों का स्मरण करता हूँ, जिनके संघर्ष से 1950 में आज के दिन हमारा संविधान लागू हुआ और साथ ही उन सभी वीरों को नमन करता हूँ जिन्होंने अपने शौर्य से भारतीय गणतंत्र की रक्षा की है।

 29,335  2,728  4,307  Download

Congratulations to all those who have been conferred the prestigious Padma Awards. Through People’s Padma, Modi govt is honouring the exceptional work of common people. May these awardees continue to serve the society and humanity with same passion.

 21,795  554  3,253

Replying to @narendramodi: We are proud of all those who have been conferred the Padma Awards. India cherishes their contribution to the nation and…

 0  0  7,056

We are proud of all those who have been conferred the Padma Awards. India cherishes their contribution to the nation and humanity at large. These exceptional individuals from different walks of life have brought qualitative changes in the lives of others.

 49,260  1,370  7,056

Replying to @narendramodi: India’s youth is full of energy and remarkable tenacity. Being among our Yuva Shakti is special.

Here are highlights fr…

 0  0  4,086

India’s youth is full of energy and remarkable tenacity. Being among our Yuva Shakti is special.

Here are highlights from yesterday’s programme at 7, Lok Kalyan Marg.

 20,380  661  4,086  Download

Replying to @narendramodi: Interacting with Rashtriya Bal Puraskar awardees. #BalSamvadWithPM

 0  0  5,167

Interacting with Rashtriya Bal Puraskar awardees. #BalSamvadWithPM

 24,636  872  5,167

राजमाता सिंधिया जी ने निस्वार्थ भाव से राष्ट्र व संगठन की सेवा की। उनका जीवन त्याग और समर्पण का प्रतीक है।

आपातकाल के समय अनेकों यातनाएं सहकर भी राजमाता सिंधिया ने लोकतंत्र को पुनर्स्थापित करने के लिए निरंतर संघर्ष किया।

आज उनकी पुण्यतिथि पर उन्हें नमन।

भावभीनी श्रद्धांजलि।

 5,814  198  1,237  Download

देवभूमि हिमाचल प्रदेश के पूर्ण राज्यत्व की स्वर्ण जयंती पर प्रदेशवासियों को हार्दिक बधाई एवं शुभकामनाएं।

हिमाचल प्रधानमंत्री मोदी जी व मुख्यमंत्री @jairamthakurbjp जी के नेतृत्व में विकास एवं समृद्धि के नए मापदंड स्थापित कर रहा है। मैं प्रदेश की निरंतर प्रगति की कामना करता हूँ।

 15,033  227  2,359

मतदान लोकतंत्र की सबसे बड़ी शक्ति है, यह हमारा अधिकार भी है और कर्तव्य भी।

राष्ट्रीय मतदाता दिवस के अवसर पर मैं सभी मतदाताओं विशेषकर युवाओं से अपील करता हूँ कि आप सजग व जागरुक होकर राष्ट्रहित में अपने मताधिकार का उपयोग करने का संकल्प लें व अन्य लोगों को भी इसके लिए प्रेरित करें।

 6,919  196  1,547  Download

মই কংগ্ৰেছ আৰু বদৰুদ্দিন আজমলক সুধিব বিচাৰিছোঁ- বহু বছৰ ধৰি অসমত আপোনালোকৰে চৰকাৰ থাকোঁতে অসমৰ বাবে কি কৰিলে?

এয়োদশ বিত্ত আয়োগত কংগ্ৰেছ চৰকাৰে অসমক কেৱল ৭৯,০০০ কোটিৰহে অনুদান আগবঢ়াইছিল, পিছে চতুৰ্দশ বিত্ত আয়োগত @narendramodi ডাঙৰীয়াই অসমক ১,৫৫,২৯২ কোটিৰ অনুদান প্ৰদান কৰিলে।

 2,648  106  820  Download

কংগ্ৰেছে বহুবাৰ বিজেপিক সাম্প্ৰদায়িক বুলি অভিহিত কৰিছে। মই কংগ্ৰেছক সুধিব বিচাৰিছোঁ যে কেৰেলাত আপোনালোকে মুছলীম লীগৰ সৈতে মিতিৰালি কৰিছে আৰু অসমত বদৰুদ্দিন আজমলৰ লগত মহাজোঁট গঠন কৰিছে। এয়া কেনেধৰণৰ ধৰ্মনিৰপেক্ষ দল ?

বিজেপি চৰকাৰেহে অসমক সুৰক্ষিত কৰি ৰাখিব।

 2,103  65  712  Download

কংগ্ৰেছে ইংৰাজৰ 'বিভাজন আৰু ৰাজত্ব কৰা' নীতিৰে পৰিচালিত হৈ আহিছে।

এওঁলোকৰ শাসনকালতে অসমৰ আন্দোলনকাৰী যুৱক-যুৱতীসকলৰ ওপৰত গুলী চলোৱা হৈছিল, গতিকে এই কংগ্ৰেছে অসমৰ কি উন্নয়ন সাধিব ?

অসমৰ জনগণে এতিয়া উন্নয়নৰ পথেদি আগুৱাই গৈছে, এতিয়া আৰু ৰাইজে সেই বহুৰূপীৰ কথাত ভোল নাযায়।

 2,050  55  718  Download

কংগ্ৰেছ চৰকাৰৰ দিনত অসমে ৮,০০০ কোটি টকাৰ ৰ'য়েল্টী পোৱা নাছিল, যিস্থলত তদানীন্তন প্ৰধানমন্ত্ৰী মনমোহন সিং আছিল অসমৰে প্ৰতিনিধি। কিন্তু মোদী চৰকাৰ গঠন হোৱাৰ পিছতেই অসমে প্ৰাপ্য ৮,০০০ কোটি টকা লাভ কৰিছে।

 2,234  34  710  Download

অসমত উন্নয়নৰ ধল নামিছে, নতুন ৰাস্তা-ঘাট, চিকিৎসালয় আৰু মহাবিদ্যালয় নিৰ্মাণ হৈছে, উদ্যোগীকৰণ হৈছে। যিদৰে আমি অসমক অস্ত্ৰমুক্ত আৰু আন্দোলনমুক্ত কৰিলোঁ, ঠিক সেইদৰেই আমি অসমক বানপানীমুক্তও কৰিম- এয়া আমাৰ দৃঢ় প্ৰতিশ্ৰুতি।

 2,463  37  773  Download

চাহ বাগানত কাম কৰা প্ৰায় ৭.২০ লাখ শ্ৰমিকৰ বেংক একাউণ্ট খোলা হৈছে আৰু ৫,০০০ টকাকৈ আৰ্থিক সাহায্য আগবঢ়োৱা হৈছে। অসমৰ বিজেপি চৰকাৰে চাহ বাগিচাত কৰ্মৰত মহিলাৰ বাবে সুশিক্ষা, বাসগৃহ আৰু সুস্বাস্থ্য নিশ্চিত কৰিছে।

 2,470  51  757  Download

বিগত ৪ বছৰত অসমত বহু উন্নয়নমূলক কাম হৈছে। ২০,০০০ কিমি.তকৈও অধিক ৰাস্তা নিৰ্মাণ হৈছে, তৈলক্ষেত্ৰৰ উন্নয়নৰ বাবে মোদী চৰকাৰে ৪৬,০০০ কোটি টকা আগবঢ়াইছে। তদুপৰি, কালি @narendramodi ডাঙৰীয়াই জেৰেঙা পথাৰত ১.০৬ লাখ ভূমিহীন খিলঞ্জীয়া পৰিয়ালক মাটিৰ পট্টা দি ভূমিৰ অধিকাৰ প্ৰদান কৰিলে।

 2,752  62  835  Download

Some more photographs from Vijay Sankalp Samavesh, Nalbari (Assam).

 14,967  199  2,350  Download

আজি অসমৰ নলবাৰীত অনুষ্ঠিত বিজয় সংকল্প সমাৱেশত অভূতপূৰ্ব জনসমৰ্থন আগবঢ়োৱাৰ বাবে সকলোকে মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

 5,936  65  1,211  Download

Grateful to the people of Assam for turning out in record numbers today at Vijay Sankalp Samavesh in Nalbari, Assam.

 13,968  138  2,346  Download

हम बोडो क्षेत्र की भाषा व संस्कृति को सुरक्षित रखेंगे और उसका संरक्षण और संवर्धन करते हुए आगे बढ़ाएंगे।

बोडो भाषा को सम्मान देने का काम भी किया जा रहा है और उसे असम राज्य की सह भाषा का दर्जा देकर वर्षों पुरानी मांग को पूरा किया गया।

 3,585  86  1,044  Download

End of content

No more pages to load